অসম গণ পৰিষদ জিন্দাবাদ, জয় আই অসম !

  • Home
  • organization
    • About
    • President’s message
    • Central Committee
    • Constitution
    • Manifesto
    • Jatiya swahid
  • Gallery
  • News
  • Contact
  • membership
    • Join AGP
    • Download ID Card
  • Donate
agp
Edit Content

অ. গ. প ৰ বিষয়ে

ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত আৰু অসমৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে অসমৰ ৰাইজৰ বিপুল জনসমৰ্থনত ১৯৮৫ চনৰ ১৪ অক্টোবৰ তাৰিখে ঐতিহ্যমণ্ডিত গোলাঘাট চহৰত অসম গণ পৰিষদ দলৰ জন্ম হয় । বিভিন্ন জাতি-গোষ্ঠীৰ মিলনভূমি আৰু বাৰেৰহনীয় সংস্কৃতিৰ সমন্বয়তীৰ্থ অসম নিজস্ব জাতীয় সত্বা আৰু দেশৰ অখণ্ডতা সুৰক্ষাৰ বাবে, ধৰ্ম নিৰপেক্ষতা, গণতন্ত্ৰ আৰু সমাজবাদৰ প্ৰেৰণাৰে জ্ঞান-বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু কলা-সংস্কৃতিৰ পূৰ্ণ বিকাশৰে সু-সমন্বিত কৃষি আৰু উদ্যোগৰ ভিত্তিত ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক উন্নয়নৰ যোগেদি পুৰুষ আৰু মহিলাৰ শ্ৰমৰ মৰ্যদাবোধেৰে আৰু শ্ৰেণীহীন শোষণমুক্ত সমাজ ৰচনাৰে ভাৰতৰ অংগৰাজ্য হিচাপে এখন সমৃদ্ধ অসম গঢ়ি তোলাৰ প্ৰত্যয় আৰু প্ৰতিশ্ৰুতিৰে ঐক্য, শান্তি আৰু প্ৰগতিৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাটোৱেই হৈছে অসম গণ পৰিষদ দলৰ মূল উদ্দেশ্য।

যোগদান কৰক

Contact Us

  • Gopinath bordoloi path, Ambari, Guwahati-01
  • agpofficial1985@gmail.com

Our Gallery

  1. Home
  2. /
  3. Gallery
  • All
  • image
  • videos

অসম গণ পৰিষদ

ভাতৃ-ভগ্নী সংগঠন

image_2022_08_08T08_37_16_876Z
অসম মহিলা পৰিষদ
অসম কৃষক পৰিষদ
অসম অনুসূচীত জাতি পৰিষদ
অসম জনজাতি পৰিষদ
অসম যুৱ পৰিষদ
শ্ৰম পৰিষদ অসম
অসম চাহ পৰিষদ
অসম গোর্খা পৰিষদ
অগপ ধর্মীয় সংখ্যালঘু পৰিষদ
অগপ ভাষিক সংখ্যালঘু পৰিষদ
অসম সাংস্কৃতিক পৰিষদ
অসম ছাত্ৰ পৰিষদ
আহক আমি সকলোৱে মিলি অসম গণ পৰিষদক শক্তিশালী কৰো ।

জয় আই অসম !

যোগদান কৰক
agp

Together we the people can achieve more than any single person could ever do alone.

  • Gopinath Bordoloi Path, Ambari, Guwahati-01
  • agpofficial1985@gmail.com
Useful Links
  • Join AGP
  • Make Donation
  • About Us
  • Gallery
  • News

Information

  • Privacy Policy
  • Terms & Conditions
  • Disclaimer
  • Refund Policy

Get in touch

032403

visitor counter

© 2022-23, AGP Assam. All Rights Reserved.